01
Sep
2017

মঙলদৈঃ আজি মঙলদৈ বঙলাগড় বজাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷
NL-01k-3623 নম্বৰৰ গেছ টেংকাৰৰ খুন্দাত এজন লোক নিহত হয়৷ নিহত লোকজন ঝাৰগাঁৱৰ মহেশ্বৰ হাজৰিকা বুলি চিনাক্ত বুলি চিনাক্ত কৰা হৈছে৷