তেজপুৰঃ ৰঙাপৰাৰ বৰজুলি চাহবাগিচাত অচিনাক্ত বাহনৰ খুন্দাত নিহত হ’ল এজন ব্যক্তি। ব্যক্তিজনৰ নাম জুলেন মুণ্ডা বুলি জানিব পৰা গৈছে।বৰজুলি ফেক্টৰীৰ সন্মুখতে বাইকত আহি থকা সময়তে ঘটে উক্ত দুৰ্ঘটনাটি। বাইকখনৰ নম্বৰ  AS12L 1070 । জুলেন মুণ্ডাৰ ঘৰ ৰঙাপৰাৰ  ঘইৰালী চাহবাগিচাৰ বুলি জানিব পৰা গৈছে।