08
Sep
2017

নামতিঃ শিল্পী ড০ ভূপেন হাজৰিকাৰ ৯১ তম জন্ম বার্ষিকী উপলক্ষে আজি সন্ধিয়া নামতি আঞ্চলিক ছাত্র সন্থাই এক অনুষ্ঠানৰ আয়োজন কৰে।
নামতি ষ্টেচন চাৰি আলি মাজমজিয়াত অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানত নামতি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ঋতুৰাজ দত্ত, উপদেষ্টা পার্থ প্রতীম দত্ত, সহকাৰী সাধাৰণ সম্পাদক উজ্বল দত্ত, বিশিষ্ঠ ব্যক্তি অৰুণ দত্ত, প্রভাত বড়া আৰু গৌতম দত্তৰ লগতে নামতি আঞ্চলিক ছাত্র সন্থাৰ কেইবাজনো বিষয়ববীয়া স্থানীয় ব্যক্তি উপস্থিত থাকে।