20
Feb
2019

বিলাসীপাৰাঃ সমগ্ৰ ৰাজ্যতে মঙলবাৰে পালন কৰা হয় চিলাৰায় দিৱস। নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৫০৯ সংখ্যক মহাবীৰ চিলাৰায় দিৱস দিনজোৰা কাৰ্যসূচীৰে বাৰেবৰণীয়া সাংস্কৃতিক দিৱস উদযাপন কৰা হয়।