02
Sep
2017

♦ Blue Whale Challenge কোনো খেল নহয়।
♦ এই গেম কম্পিউটাৰ বা মোবাইলত খেলিব নোৱাৰি।
♦ এই গেম ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰিব নোৱাৰি।
♦ Blue Whale হৈছে একপ্ৰকাৰৰ phenomenon।
♦ সবিশেষ আলোচনা চাবলৈ ভিডিঅ’টো ক্লিক কৰক।