16
Feb
2019

বৰনদ্দীঃ কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা ৪৪ গৰাকী বীৰ জোৱানলৈ শ্ৰদ্বাঞ্জলী জনাই শুকুৰবাৰে নলবাৰী থানা চকত ৰাজহুৱা বন্তি প্ৰজ্বলন কৰা হয়।
সন্ধিয়া ৬ বজাত জিলাখনৰ বিভিন্ন দল সংগঠনে নিহত জোৱান সকলৰ আত্মাৰ চিৰ শান্তি আৰু আহত সকলৰ সু-স্বাস্থ্য কামনা কৰি ৰাজহুৱা শ্ৰদ্বাঞ্জলি অনুষ্ঠিত কৰা হয়।