বৰনদ্দীঃ নলবাৰীৰ বৰকুৰাত এখন তীব্ৰবেগী ডাম্পাৰে মঙলবাৰে As 01 DN 7184 নম্বৰৰ স্কুটীখনত খুন্দা মৰাত আৰোহীজন থিতাতে নিহত হয়। নিহত লোৰজন শিলাকুটীৰ মুন্নাফ আলী বুলি জানিব পৰা গৈছে।