03
Aug
2017

অসমৰ বান সমস্যাক লৈ ৰাজনীতি পূৰ্বাপৰ চলি আহিছে। ক্ষমতাত থকাৰ সময়ত অসমক অৱজ্ঞা কৰা কংগ্ৰেছৰ এতিয়া অসমক লৈ চিন্তাত যেন তৎ নাই। একেই স্থিতি আছিল বিৰোধী হৈ থাকোতে বিজেপিৰো। ক্ষমতাহীন হ’লেই হঠাৎ জনতাৰ প্ৰতি দৰদী আৰু দেশপ্ৰেমিক হৈ পৰে এই দলসমূহ। আৰু ক্ষমতাত আহিলেই এওঁলোক মাতব্বৰ।