• কাজিৰঙাত পানীত পৰি কণমানিৰ মৃত্যু।

• কালভাৰ্টৰ পৰা পৰি মৃত্যু কণমানি ৰিয়া গগৈৰ।

• গেলেকীৰ নিবাসী নৰেণ গগৈৰ ডেৰ বছৰীয়া কন্যা ৰিয়া। 

• পুৱা খেলি থাকোতে পানীত পৰে শিশুটি।