গুৱাহাটীঃ পেট্ৰল-ডিজেল, ৰন্ধন গেছৰ মূল্য বৃদ্ধি আৰু ৰাফেল বিমান কেলেংকাৰীকলৈ মহিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ সহযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জোঁৰলৈ প্ৰতিবাদ ।

কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে নৰেন্দ্ৰ মোদী হায় হায়, অসম চৰকাৰ হায়, বিজেপি গৌ'বেক, বিজেপি লেই লেই চেই চেই ধ্বনিৰে কপালে দিছ্পুৰৰ আকাশ বতাহ ।

ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ৰমাগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আহ্বান জনোৱা ১০ চেপ্তেম্বৰত ১২ ঘন্টীয়া "ভাৰত বন্ধ"ৰ সহাৰি বিচাৰি এই সমদল । দিছ্পুৰৰ মানবেন্দ্ৰ কম্প্লেক্সৰ সন্মুখৰ পৰা উলিওৱা সমদলত অংশগ্ৰহণ কৰা প্ৰায় কেইবা শতাধিক কংগ্ৰেছীৰ বন্ধৰ আহ্বানেৰে কপালে অসমৰ ৰাজধানী দিছ্পুৰৰ আকাশ বতাহ।

জোঁৰ সমদলটোত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আৰু বহু নেতৃবৃন্দ।