21
Aug
2017

ফিল’বাৰীঃ গো হত্যা ৰোধ কৰাৰ নামত একাংশ লোকে আইন হাতত তুলি লৈ নিৰীহ মানুহক আক্ৰমণ কৰি হত্যা কৰাৰ সময়তে তিনিচুকীয়াৰ আৰক্ষীয়ে গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
তিনিচুকীয়া আৰক্ষীয়ে গৰু ভৰ্তি ট্ৰাক সহ পাঁচ জন লোককো আটক কৰে। AS-23-B-5344 নম্বৰ ট্ৰাক খনত প্ৰায় ২২টাকৈ গৰু আছিল বুলি জানিব পৰা গৈছে।