• দৰঙৰ হাপামাৰাত এজন লোকক আক্ৰমণ।

• দাৰে ঘপিওৱাৰ ফলত আহত দেৱকান্ত দাস নামৰ লোকজন।

• আক্ৰমণকাৰী দুজন হৰকান্ত নাথ আৰু হিৰণ্য নাথ।

• এগৰাকী যুৱতীক লৈ দুই পক্ষৰ মাজত সংঘাত।

• যুৱতীকেন্দ্ৰিক সংঘাতৰ বাবেই বিবাহিত দেৱকান্তক আক্ৰমণ।

• আক্ৰমণকাৰী হৰকান্ত, হিৰণ্যক আটক, তদন্ত আৰম্ভ।

⇒ with inputs from NNO Dallanghat