internet
internet

তেজপুৰঃ বানৰ পাছত এইবাৰ ৰাজ্যত ডেংগীৰ সন্ত্ৰাস৷ ৰাজ্যৰ বিভিন্ন ঠাইত বহু লোক ডেংগী ৰোগত আক্ৰান্ত হোৱাৰ পাছতে এইবাৰ ডেংগীৰ কবলত পৰিল তেজপুৰ৷

তেজপুৰৰ মিলনপুৰৰ জুলি বৰা নামৰ ২৭ বছৰীয়া এগৰাকী মহিলা আজি ডেংগী ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে৷

মহিলা গৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে৷