31
Aug
2018

newsnextone.com।চতিয়াঃ
- চতিয়াৰ দক্ষিণাঞ্চলত কাজিৰঙা নদাৰ্ন ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ তীব্ৰ অভিযান।
- ৪ নং ভোজমাৰীৰ ম'ষ্ট ৱানটেদ গঁড় চিকাৰী মঃ মিৰজাৎ আলিৰ বাসগৃহত অভিযান চলাই নগদ ৭০,০০০ হাজাৰ টকা, এটা মোবাইল সহ এখন বেঙ্ক পাচবুক উদ্ধাৰ কৰে।
- বৰ্তমান পলাতক চোৰাং চিকাৰীটো। শিলডুবিৰ গঁড় হত্যাৰ লগত জড়িত বুলি বন বিভাৰ সুত্ৰত প্ৰকাশ।