Breaking News 

গোলাঘাটত বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি হৈছে৷ বৃহস্পতিবাৰে শালমৰা বাগিচাত সংঘটিত হয় এই ঘটনা।

নিহতসকলৰ ভিতৰত অগ্নি গোৱালা, বেল ভূমিজ, দ্ৰৌপদী ওৰাং, বন্ধন বাউৰী, দুলাল ওৰাং, এতোৱা পুজৰ, শুকলাল পুজৰ, শান্তি পুজৰ, বিনতি ভক্তা, ললিতা পুজৰ, মীনা পুজৰ, সোণেশ্বৰ গগৈ, আনন্দ বৰা আৰু সুৰেন গগৈ। 

আনহাতে, আন এজন ব্যক্তিৰ নাম বৰ্তমানলৈকে জানিব পৰা নায়৷

অসুস্থ হৈ আন কেইবাজনো লোক বৰ্তমান চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷