শিৱসাগৰঃ অসম ছাত্ৰ যুৱ সন্মিলনে উৰুকাৰ নিশা শিৱসাগৰৰ শিৱ দৌলৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ন কৰে ।

নাগৰিকত্ব সংশোধন বিধায়ক বাতিলৰ দাবীত আজি উৰুকাৰ নিশা অসমৰ বহুতো ঠাইত অসম ছাত্ৰ যুৱ সন্মিলনে অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জানিব দিয়ে।  অসম ছাত্ৰ যুৱ সন্মিলনে  অসম আৰু অসমবাসীক সংশোধনী বিধায়ক বাতিল নোহোৱাৰ লৈকে সহযোগ কৰিবলৈ অনুৰোধ কৰিছে।