03
Jun
2017

চাবুৱাঃ ডিকম চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ। দীৰ্ঘ দিনধৰি বাঘটোৱে মানুহৰ পোহনীয়া কুকুৰ-ছাগলী খাই অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। আজি পুৱা বন বিভাগৰ তৎপৰতাত বাঘটো পিঞ্জৰাবদ্ধ হয়।