02
Jan
2018

প্ৰতিকী ফটো
গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজ মাজিয়াৰ লখৰাত মঙলবাৰে এটি মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়৷
জানিব পৰা মতে, পুৱাই একাংশ লোকে মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰে৷
কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কিছু নিলগত উদ্ধাৰ হোৱা মৃতদহটো আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই৷ ট্ৰাকৰ কৰ্মচৰী হ’ব পাৰে বুলি সন্দেহ কৰে ৰাইজে৷