04
Sep
2017

ধুবুৰীঃ পানীত পৰি নিখোজ হৈ আছে ধুবুৰীৰ এটি কিশোৰ৷ আজি ধুবুৰী জিলাৰ আলমগঞ্জৰ আমবাৰী গাওঁত গা ধুবলৈ গৈ পানীত পৰি নিখোজ হৈ আছে আমবাৰী গাঁৱৰ আতোৱাৰ ৰহমানৰ পুত্ৰ বাপ্পী লামৰ কিশোৰটি৷
ইতিমধ্যে SDRF ৰ উদ্ধাৰ অভিযান অব্যাহত আছে৷ ঘটনাক লৈ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷