
ডিজিটেল ডেস্কঃ জেট বিমান ডুবাইৰ পৰা মুম্বাই অভিমুখে নিশা ৯-৩০ বজাত উৰা মাৰিব শ্ৰীদেৱীৰ নশ্বৰ দেহ লৈ৷ আশা কৰে মতে পুৱাই ৩ বজাত মুম্বাই আহি পাব৷ সোমবাৰে পুৱা ৭-১০ বজালৈকে শ্ৰদ্ধাঞ্জলি যাচিব বহু লোকে৷ তাৰ পিছত পাৰ্লিৰ পৱনহংস শ্মশানত দিনৰ এক বজাত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব৷
অভিনেত্ৰী দিব্য দত্তই কয় ‘‘তেও বিশেষ আছিল৷ তেওঁ বিস্ময়কৰ অভিনেত্ৰী, চুপাৰষ্টাৰ আছিল৷ তেও ৰোল মডেল আছিল৷ মই তেওৰ পৰিয়ালক সমৱেদনা জ্ঞাপন কৰিছো৷ এয়া বহুত ডাঙৰ ক্ষতি৷ ভগৱানে তেওঁৰ আত্মাক শান্তি দিয়ক৷
There are a few things which you find tough to believe. She was a phenomenal actress, a superstar. There was nothing that she couldn't do. She was a role model. My condolences to the entire family. This is an irreparable loss. God bless her soul: Divya Dutta on #Sridevi pic.twitter.com/8G7pTiCOdg
৫৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে৷ অভিনেতা মোহিত মাৰৱাহৰ ডুবাইত অনুষ্ঠিত হোৱা বিয়াৰ পাৰ্টিত অংশ লবলৈ গৈছিল শ্ৰীদেৱীয়ে৷
বিবাহৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পিছতেই শ্ৰীদেৱীয়ে পতি বনি কাপুৰ আৰু কন্যা মুম্বাইলৈ উভতি আহে৷ শ্ৰীদেৱীয়ে ডুবাইতে থাকে৷I really have no words, I am still not able to comprehend this loss, just can't imagine what the family is going through: Adil Hussain,Actor #Sridevi pic.twitter.com/pvCbVCqsXA
— ANI (@ANI) February 25, 2018
It is an irreparable loss. She was an icon. I never saw her age. It is a loss for the entire country. She was a role model & her work will live forever. She was a jewel like Kohinoor: Navjot Singh Sidhu, Congress on #Sridevi pic.twitter.com/lPipG1L7KZ
— ANI (@ANI) February 25, 2018
জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত শ্ৰীদেৱীয়ে হোটেলৰ বাথৰুমত পৰি গৈছিল তাৰ পিছতে হৃদৰোগত আক্ৰান্ত হয়৷ কিছু সময় পিছতেই মৃত্যুক আকোৱালি লয় শ্ৰীদেৱীয়ে৷ এই খবৰ ৰাজহুৱা হোৱাৰ পিছতেই সমগ্ৰ বিশ্বৰ শ্ৰীদেৱীৰ গুণগ্ৰাহীৰ মাজত শোকৰ ছাঁ পৰে৷ ভাৰত বৰ্ষত অভিনেত্ৰীগৰাকীৰ ফেন সকলে ম্ৰিয়মান হৈ পৰে৷ আনহাতে বলিউডৰ তাৰকাৰ লগতে ক্ৰিকেটাৰ, ৰাজনৈতিক দলৰ নেতাই শোক প্ৰকাশ কৰে৷
US Consulate condoles #Sridevi's death
— ANI Digital (@ani_digital) February 25, 2018
Read @ANI story | https://t.co/t76n8cZXto pic.twitter.com/VJiY68N6lN
>>ডুবাইৰ ভাৰতীয় দূতাৱাসৰ বিষয়াই স্থানীয় প্ৰশাসনৰ সহায়ত শ্ৰীদেৱীৰ নশ্বৰ দেহ বিশেষ বিমানেৰে ভাৰতলৈ আনিব৷ বৰ্তমানলৈ নশ্বৰ দেহ মুম্বাই আহি পোৱা নাই৷
Bahot shocking news hai poori industry ke liye. Unke saath kaafi acche relations the. Hum dono ek hi jagah (Andhra Pradesh) se hain, jab bhi hum milte the toh woh Telugu mein baat karte the. Bilkul yakeen nahi ho raha hai ki woh chali gayi hain: Johnny Lever on #Sridevi pic.twitter.com/fuQZ2EWJDT
— ANI (@ANI) February 25, 2018
>>জানিব পৰা মতে মৰণোত্তৰ পৰীক্ষা কৰাৰ সম্ভৱনা আছে৷ ফৰণচিক ৰিপৰ্টো লোৱা হ’ব৷
It is really a sad day for the film industry. She was a complete artist & a great human being. May God give enough strength to her family to bear such tragedy: Raj Babbar on #Sridevi pic.twitter.com/lhfj7xUKWI
— ANI (@ANI) February 25, 2018
>>নেচাৰেল মৃত্যু আখ্যা দিয়া হৈছে৷ তেওৰ মৃতদেহ ডুবাই আৰক্ষীৰ হেড কোৱাৰ্টাৰ অল কুচেচত ৰখা হৈছে৷ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা স্থনীয় আৰক্ষীৰ বিষয়াৰ দল মৃতদেহৰ চোৱা চিতাৰ বাবে নিয়োগ কৰা হয়৷
Her talent was well-deserved and she worked for it since her childhood. She was very fond of me & i was very fond her. My deepest condolences to her family: Kamal Haasan on #Sridevi pic.twitter.com/ko7fmpBjqK
— ANI (@ANI) February 25, 2018
>>এমাইৰেট টাৱাৰত নিশা ১১ বজাত সংঘটিত হৈছিল ঘটনা৷ ডুবাইতো শোকৰ ছাঁ পৰে৷ স্থানীয় সংবাদ মাধ্যমে বাতিৰ সম্প্ৰচাৰ কৰে৷
Unke jaane ke baad dil ka ek hissa mar gaya hai. Bhagwaan unki aatma ko shaanti de. Unke jaane se jo jagah khaali reh gayi hai, woh ta umar kabhi nahi bhar payegi: Shekhar Suman on #Sridevi pic.twitter.com/QyBIkUXmYe
— ANI (@ANI) February 25, 2018
>>নিশা ১১ বজাত এমাইৰেট টাৱাৰৰ বাথৰুমত পৰাৰ পিছতেই সমীপৰ এখন চিকিৎসালয়ত নিয়া হৈছিল যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷
She was a very close friend of mine. I am really sad at her demise. This is a big loss. She was a born actor: Rajinikanth on #Sridevi pic.twitter.com/XZZqPL1jMz
— ANI (@ANI) February 25, 2018
>>মুম্বাই বিমান বন্দৰ কৰ্তৃপক্ষৰ মতে গধুলি এখন চাৰ্টাৰ বিমানে নশ্বৰ দেহ লৈ আহিব৷
>>ইউএইৰ ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ মতে শ্ৰীদেৱীৰ পৰিয়াল আৰু ৰাষ্ট্ৰদূতৰ কাৰ্যালয় ডুবাই প্ৰশাসনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছে৷
I wanted to accept it as a rumour, but in the end it was a reality. Whereever she is may her soul rest in peace. Our prayers are with her family. Nation mourns, she was a heartthrob for cinema lovers. We will always remember her: Annu Kapoor on #Sridevi pic.twitter.com/EeAISIY3xO
— ANI (@ANI) February 25, 2018
>>শ্ৰীদেৱীৰ মুম্বাইৰ ঘৰৰ বাহিৰত হাজাৰ হাজাৰ লোকৰ সমাৱেশ৷
>>প্ৰথমে বলিউডৰ যশস্বী অভিনেতা অমিতাভ বচ্চনে কয় ‘পাতা ন্যেহী কিউ আজাব চা মেহচুচ ক’ৰ ৰহা হু’
I wanted to accept it as a rumour, but in the end it was a reality. Whereever she is may her soul rest in peace. Our prayers are with her family. Nation mourns, she was a heartthrob for cinema lovers. We will always remember her: Annu Kapoor on #Sridevi pic.twitter.com/EeAISIY3xO
— ANI (@ANI) February 25, 2018
>>প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি শোক প্ৰকাশ কৰে৷ অভনেত্ৰীগৰাকীৰ অসময়ত আৰু হঠৎ মৃত্যু হ’ল৷ দীৰ্ঘ সময়ত তেও বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিছে৷ মই এনে দূখৰ সময়ত পৰিয়ালৰ সৈতে আছো৷ তেওৰ আত্মাই শান্তি পাওক৷
>>প্ৰিয়ংকা চোপ্ৰাই কয় ‘মোৰ সৈতে শব্দ নাই৷ শ্ৰীদেৱীক ভাল পোৱা সকলো লোকক সমবেদনা জানাইছো৷ দূখৰ দিন৷ তেওৰ আত্মাই শান্তি পাওক৷
>>জনি লিভাৰে কয় ‘মই সমৱেদনা জনাই পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনাইছো৷ মই এই খবৰ শুনি আহত হৈছো৷ তেওঁ আমাৰ মাজত নাই বুলি মানি লব পৰা নাই৷ ইশ্বৰে তেওৰ আত্মাক শান্তি দিয়ক৷’
Yeh khabar sunke bahot shock laga. Humne kabhi socha bhi nahi tha. Unhone apne talent se kaafi logon ko prabhaavit kiya. She was a wonderful actress & unhone apna sthaan banaya hindi film industry mein. It is a big loss for Bollywood: Hema Malini on #Sridevi pic.twitter.com/qWeRtgUeoe
— ANI (@ANI) February 25, 2018
>>সিদ্ধাৰ্থ মালহোত্ৰাই কয় ‘শ্ৰীদেৱী মেম আপুনি আৰু নাই৷ এই মানি লব পৰা নাই আৰু আহত হৈছো৷ আপোনাৰ আত্মাই শান্তি পাওক’৷
>>ৰাজ কুন্দ্ৰাই কয় ‘এই খবৰ শুনি হৃদয় ভাঙি গৈছে৷ মই আজিলৈ যিমান মানুহ লগ পাইছো তেও সকলোতকৈ স্নেনহময় আৰু দয়ালু আছিল৷ মই আহত হৈছো মোৰ কোনো শব্দ নাই কবলৈ৷ এই সময়ত পৰিয়ালৰ সকলোকে সাহস দিয়ক৷
I still can't believe it that #Sridevi ji is no more, she had done countless legendary roles, its very very sad. Entire nation is shocked: Madhur Bhandarkar, filmmaker pic.twitter.com/ulpVlIDzpj
— ANI (@ANI) February 25, 2018
>>ঋতেশ দেখমুশে কয় ‘হৃদয়ত খুন্দা মৰা খবৰ৷ মোৰ তাত কোনো শব্দ নাই৷ শ্ৰীদেৱী আৰু নাই৷ ইশ্বৰে তেওৰ আত্মাক শান্তি দিয়ক৷
>>সুস্মিতা সেন কয় ‘মই আহত হৈছো৷ মোৰ চকুলো নিগৰি আছে৷’
I have no words to express how i feel. We have grown up seeing her. It is difficult to digest that she is not with us. My heartiest condolences to her family: Sachin Tendulkar on #Sridevi. pic.twitter.com/FEl2nTYoqi
— ANI (@ANI) February 25, 2018
>>অভিনেত্ৰী নিৰ্মত কৌৰে কয় ‘কেনেকুৱা দূখৰ খবৰ এয়া’
>>আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱ টৰেন্ট কৰ্তৃপক্ষ কেমৰিণ বলিয়ে কয় ‘২০১২ চনত তেওৰ ইংলিছ-ভিংলিছ ফ্লিমৰ বাবে তেও আহিছিল৷ তেওৰ সংগ পাইছিলো৷ তেও ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী৷
>>ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে শ্ৰীদেৱীৰ মৃত্যুত কয় ‘‘মই ফিল্ম ষ্টাৰ শ্ৰীদেৱীৰ মৃত্যুত হতবাক হৈ গৈছো৷ তেও কোটি কোটি ফেনক এৰি গুচি গ’ল৷ তেওঁৰ স্মৃতি ইংলিছ-ভিংলিছ দক্ষতাই শিল্পীক প্ৰেৰণা দিছে৷ তেওঁৰ পৰিয়াল আৰু আপোন সকলক সমৱেদনা জনাইছো৷
>>অভিনেতা আমিৰ খানে কয় ‘‘অন্তৰত আঘাত দিয়া দূখৰ খবৰ৷ শ্ৰীদেৱী অসময়ত গুচি গ’ল৷ মই তেওৰ ভাল বন্ধু৷ তেওঁৰ পৰিয়ালৰ সকলোকে সমৱেদনা যাচিছো৷ মেম আদৰৰ সৈতে সদায় মনত ৰাখিম৷’’Shocked to hear of passing of movie star Sridevi. She has left millions of fans heartbroken. Her performances in films such as Moondram Pirai, Lamhe and English Vinglish remain an inspiration for other actors. My condolences to her family and close associates #PresidentKovind
— President of India (@rashtrapatibhvn) February 25, 2018
— Aamir Khan (@aamir_khan) February 25, 2018>>অভিনেত্ৰী কাজলে কয় ‘‘মই হতবাক হৈ পৰিছো৷ মই তেওৰ হাঁহি থকা মূখ খন দেখা পাই আছো৷ বিশ্বাস নহয়৷ তেও নিজে এখন স্কুল আছিল৷ মই তেওৰ পৰা বহুত শিকিছো৷ তেওৰ মৃত্যু ডাঙৰ ক্ষতি’’
>>অভিনেত্ৰী কাজলে কয় ‘‘মই হতবাক হৈ পৰিছো৷ মই তেওৰ হাঁহি থকা মূখ খন দেখা পাই আছো৷ বিশ্বাস নহয়৷ তেও নিজে এখন স্কুল আছিল৷ মই তেওৰ পৰা বহুত শিকিছো৷ তেওৰ মৃত্যু ডাঙৰ ক্ষতি’’Shocked stunned. Still see her laughing talking. Unbelievable. Actor par excellence. A school in herself.. learnt so much from her. Still can’t believe it . A huge loss. #Sridevi
— Kajol (@KajolAtUN) February 25, 2018
>>Khaleej Timesৰ টুইট মতে, যিখন চিকিৎসালয়ত শ্ৰীদেৱীৰ মৰণোত্তৰ পৰীক্ষা কৰি থকা হৈছে তাত গুণগ্ৰাহীয়ে ভিৰ কৰে৷ নশ্বৰ দেহ এলাই অহালৈ সকলোৱে ৰৈ আছে৷ পচন্দৰ অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলী যাচিব৷Shocked stunned. Still see her laughing talking. Unbelievable. Actor par excellence. A school in herself.. learnt so much from her. Still can’t believe it . A huge loss. #Sridevi
— Kajol (@KajolAtUN) February 25, 2018
>>সুত্ৰৰ মতে, উদ্যোগপতি মুকেশ আম্বানীৰ ব্যক্তিগতজেট বিমানেৰে শ্ৰীদেৱীৰ নশ্বৰ দেহ লৈ অহা হ’ব৷ বিবাহৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পিছৰে পৰা শ্ৰীদেৱীয়ে হোটেলৰ কোঠাৰ পৰা ওলোৱা নাছিল৷The crowd is still waiting outside the morgue to pay their last respect to actress #Sridevi, whose body will be repatriated to #India as soon as possible. Follow our live updates here - https://t.co/b06geeok5s
— Khaleej Times (@khaleejtimes) February 25, 2018
Photo by Leslie Pableo | KT pic.twitter.com/uN14jfSUhF
>>সুত্ৰ মতে মুম্বাইৰ পৰা যোৱা জেট বিমান নিশা ৮ বজাত ডুবাইৰ পৰা নশ্বৰদেহ লৈ মুম্বাই অভিমুখে উৰা মাৰিব৷People are waiting outside the morgue to pay their last respect to actress, #Sridevi - https://t.co/1c7fpnl5Zm
— Khaleej Times (@khaleejtimes) February 25, 2018
Photos by Leslie Pableo | KT pic.twitter.com/gSxqvp4DDc
#Sridevi's body to be flown from #Dubai to #India on private jethttps://t.co/A0DIkvQ5vz pic.twitter.com/RuyINSB010
— Khaleej Times (@khaleejtimes) February 25, 2018