14
Mar
2018

ডিজিটেল ডেস্কঃ ষ্টিফেন হকিঙৰ ধৈৰ্য আৰু দৃঢ়তা বিশ্ববাসীৰ বাবে প্ৰেৰণাৰ উৎস৷ বিশ্বৰ মহান বিজ্ঞানীৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই মন্তব্য কৰে৷ মহান বিজ্ঞানী তথা শিক্ষাবিদ ষ্টিফেন হকিঙৰ মৃত্যু অত্যন্ত দুঃখজনক৷
Professor Stephen Hawking was an outstanding scientist and academic. His grit and tenacity inspired people all over the world. His demise is anguishing. Professor Hawking’s pioneering work made our world a better place. May his soul rest in peace.
— Narendra Modi (@narendramodi) 14 March 2018
হকিঙে কৰি যোৱা উৎকৃষ্ট কামবোৰৰ বাবেই বিশ্ববাসীৰ হৃদয়ত নিগাজীকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছিল বুলি কয় মোডীয়ে৷ আত্মাই চিৰশান্তি লাভ কৰিবলৈ মোডীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷