30
Mar
2018

ডিজিটেল ডেক্সঃ উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত যোৱা সপ্তাহত ১০০তকৈও অধিক বান্দৰ মৃত্যুৰ মুখত পৰে। প্ৰাথমিক তদন্তত প্ৰকাশ যে খাদ্যত বিষ দিয়াৰ বাবেই নিৰীহ জীৱবিধৰ মৃত্যু হৈছে। স্থানীয় বাসিন্দাসকলে কয় যে চাওমিনৰ চাটনি খোৱাৰ বাবেই বান্দৰবোৰৰ মৃত্যু হৈছে।
বন বিভাগে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে হনুমানৰ বংশধৰৰ এই মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা