
প্ৰতীকি ফটো
newsnextone.com | গুৱাহাটীঃ দেশজুৰি শিশু অপহৰণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে ডিমা হাচাও জিলাত শিশু অপহৰণৰ কৰাৰ সন্দেহত তিনি সাধুবাবাক মাৰধৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ এই ঘটনা সংঘটিত হৈছিল বৃহস্পতিবাৰে৷ ৰাইজৰ হাতৰ পৰা তিনি সাধুবাবাক ৰক্ষা কৰিছিল আসাম ৰাইফলে৷
Assam Rifles personnel rescued 3 'sadhus' from Dima Hasao's Mahur yesterday, after they were attacked by a mob on suspicion of being child lifters. #Assam
— ANI (@ANI) July 6, 2018
অসম ৰাইফলে উদ্ধাৰ কৰি তিনি সাধু বাবাৰ জীৱন ৰক্ষা কৰিছিল৷ শিশু অপহৰণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ ৰাইজে মাৰধৰ কৰি থকাৰ সময়তে উদ্ধাৰ কৰে অাসাম ৰাইফলে৷ ডিমা হাছাও জিলাৰ মাহুৰৰ পৰা উদ্ধাৰ কৰে আসাম ৰাইফলছে৷