অসমত পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ দাাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে সোমবাৰে ৰঙিয়া গান্ধী মণ্ডপৰ সন্মূখত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।