
newsnextone.com। মৰিয়নীঃ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু নামঘোষাৰ প্ৰতি পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে নকছাৰী ৰাজপথতত গৰজি উঠিল বীৰ লাচিত সেনা অসম।
সংগঠনটোৰ সদস্যসকলে নকছাৰী চাৰি আলিত ৰাইজৰ সগযোগত দাহ কৰে পতঞ্জলিৰ পুত্তলিকা। গুৰু জনাক কৰা অপমান কোনো কাৰণত সহ্য নকৰে অসমীয়াই। প্ৰতিবাদকাৰী সকলে কয় যে, এনেকুৱা যোগ গুৰু অসমৰ কাৰণে কলংক আৰু এনেকুৱা যোগ গুৰুক অসমৰ পৰা অতি সোনকালে খেদি পঠাব লাগে।