13
Oct
2018

www.newsnextone.com| তেজপুৰঃ অনুমতি অবিহনে তেজপুৰৰ ত্ৰিবেনী চকত মুকলি কৰা এম বজাৰ বন্ধ কৰে পৌৰ সভাই৷
জানিব পৰা মতে তেজপুৰ পৌৰ সভাৰ অনুমতি অবিহনে তেজপুৰৰ ত্ৰিবেণী চকত ১১ অক্টোৱৰত এম বজাৰ নামৰ শ্বপিং মল মুকলি কৰিছিল।
ত্ৰিবেণী চকত কোনো ধৰণৰ পাৰ্কিং নথকাৰ বাবে যান যতৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন সমস্য সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত তেজপুৰ পৌৰ সভাই বন্ধ কৰি দিয়ে শ্বপিং মল খন।