ডিজিটেল ডেস্ক |সৰ্থেবাৰীঃ মুকালমুৱাত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। 

গুৱাহাটীৰ পৰা সৰ্থেবাৰী অভিমুখী আছিল বাছখন৷

তীব্ৰ গতিত অহা বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত পথৰ দাঁতিকাষৰীয়া বিলত সোমাই পৰে৷ 

বিমূৰ্ষ অৱস্থাত উদ্ধাৰ হয় আটাইকেইগৰাকী যাত্ৰী৷

দুৰ্ঘটনাত পতিত লোক সকলক উদ্ধাৰ কৰিছিল স্থানীয় যুৱক কেইজন মানে।

আৰক্ষী আছিল দৰ্শকৰ ভূমিকাত।

জানিব পৰা মতে নিহত ছয় জন৷

লগতে ২৫ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷ 

বৰ্তমানে আহত সকলক মুকালৱা চিকৎসালয়ত ভৰ্তি কৰোৱা হয়৷