01
Nov
2018

মৰিয়নীঃ মৰিয়নী সংগ্ৰামী যুৱ-ছাত্ৰ সমিতিয়ে বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বি জে পিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰে। মৰিয়নী থানাৰ সন্মুখত প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিকৰ সদস্যসকলে। ১৯৭১ চনৰ পাছত অহা হিন্দু বাংলাদেশীক বিদেপিয়ে ৰক্ষণাবেক্ষণ দিব বিচৰাৰ বাবে দুই নেতাৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে।