05
Dec
2018

তেজপুৰঃ শোনিতপুৰৰ ৰঙাপৰা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু৷
ৰঙাপৰাৰ ১ নং ৱাৰ্ডৰ সমীপত সংঘটিত হয় এই ঘটনা৷
ৰঙাপৰাৰ ব্যৱসায়ী বিনোদ গুপ্তাৰ পিতৃ ৰাম নিবাস গুপ্তা (৭৬)ক ট্ৰেক্টৰে খুন্দা মাৰে৷
ৰাম নিবাস গুপ্তা চাইকেলেৰে ঘৰলৈ আহি থকা সময়ত ট্ৰেক্টৰখনে খুন্দা মৰাত লোকজন থিতাতে মৃত্যুক হয়৷
পাছত ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন অাৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।