11
Dec
2018

নগাঁওঃ নগাঁও জিলাৰ জুৰীয়া কালিয়াডিংগীয়াত ভয়ানক অগ্নিকাণ্ড সংঘতিত হয়। মূহৰ্ততে জুইত জাহ গ'ল দুটা পৰিয়ালৰ বাসগৃহ।
আমিৰ হামজা নামৰ লোক জনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা নাই ৷