তেজপুৰঃ বছৰৰ অন্তিমটো মহা বিস্ফোৰণ ঘটালে অসম সন্মিলিন মহাসংঘৰ কাৰ্যকৰি সভাপতি মতিউৰ ৰহমানে ২০১৮ চনৰ সকলোতকৈ  কলংকিত ঘটনা বাংলাদেশৰ বিজয় উৎসৱ পালন কৰাটো বুলি উল্লেখ কৰি সবানন্দ সোনোৱাল চৰকাৰ আৰু অসম  সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীক কঠোৰ সমালোচনা কৰি মহাবিস্ফোৰণ ঘটায়।