11
Jan
2019

সোণাৰিঃ সোণাৰি চাপৰিত শুকুৰবাৰে বন্ধ সৰ্বাত্মক অসমৰ ছয় জনগোষ্ঠীৰ লোকক জনজাতিকৰণৰ বিৰোধীতাৰে জনজাতি সংগঠনসমূহৰ সমন্বয় ৰক্ষা সমিতিয়ে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ ফলত সোণাৰি চাপৰিত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়৷
বন্ধৰ সৰ্মথক সকলে টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল’ গানেৰে ৰাজপথ কপাঁই তোলে৷