
ডিফুঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ নায়ক নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি ডিফুৰ শ্ৰীশ্ৰী শণি মন্দিৰ প্ৰাংগণত দীপক ঘোষৰ পৌৰহিত্যত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সমাজ কৰ্মী ৰাম কৃষ্ণ গুহে ৷ প্ৰতিবছৰৰ দৰে এইবছৰো অহা ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী কিদৰে পালন কৰা হব আৰু জন্মজয়ন্তী পালন কৰাৰ উপযুক্ত স্থান বাছনি সন্দৰ্ভতো আজিৰ সভাত বিশেষ ভাবে আলোচনা কৰা হয় ৷
সভাত বিভিন্ন বক্তা সকলে নিজৰ মতামত দাঙি ধৰে ৷ দীৰ্ঘ আলোচনাৰ অন্তত সমাজ কৰ্মী দীপক ঘোষক সভাপতি, ৰামকৃষ্ণ গুহক কাৰ্যকৰী সভাপতি আৰু যুৱনেতা টিংক্ৰেং ৰংপিক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় ৷ মূল সমিতিখন ক্ৰমে, উপদেষ্টা মণ্ডলী ৰবিন গোস্বামী,অজিত দে, গৌতম ছ'ম, হাৰাধন ঘোষ, দিগন্ত গগৈ, গৌতম ৰায়, আচমত আলী, গণেশ দে, বিভাষ চন্দ্ৰ দাস, অতনু দে, লংচিং টকবী, ৰামেশ্বৰ চৌহান আৰু নিতাই দাস ৷
সভাপতি, দীপক ঘোষ, কাৰ্যকৰী সভাপতি ৰামকৃষ্ণ গুহ, উপসভাপতি ক্ৰমে, সুব্ৰত ৰয়, পঙ্কজ সুত্ৰধৰ,(বুৰণ,) শিপ্ৰা ৰয়, সাধাৰণ সম্পাদক টিংক্ৰেং ৰংপি, সহকাৰী সম্পাদক ক্ৰমে,নিলমনি দেব,দেবাশীষ দত্ত, প্ৰবীৰ দাস, দেবাশীষ ভট্টাচাৰ্যী৷ সাংগঠনিক সম্পাদক সকল ক্ৰমে,স্বপন দে, চনু দাস, সঞ্জীৱ শুক্লবৈদ্য, সুৰেন্দৰ ছাহ, অৰুণ ঘোষ আৰু বিজন দাস, প্ৰচাৰ সচিব ক্ৰমে, প্ৰদীপ ইংলেঙ, সুশান্ত ৰায় আৰু ছাইদুল ইছলাম, সাংস্কৃতিক সম্পাদক পংকজ ঘোষ, ভূপেন দেবনাথ, সঞ্জয় দাসগুপ্ত আৰু অনিল দে, আৰু উত্তম বাছাক৷ কাৰ্যালয় সম্পাদক দিলীপ ৰয় আৰু ৰামেন্দু পাল, কোষাধক্ষ্য আৰু বিত্ত সচিব ক্ৰমে,প্ৰদীপ কৰ আৰু ৰাজেশ শুক্ল ৷ সদস্য সকল ক্ৰমে প্ৰবীৰ দাস,ৰুপম পাল,জয়া সিংহ,ৰাজেশ পাল, কাজল ৰয়, ৰিংকু দাস, ধ্ৰুব দাস, গৌতম দেব আৰু অৰুণ ঘোষ ৷