30
Jan
2019

ডিব্ৰগড়ঃ বুধবাৰে দুপৰীয়া প্ৰায় ১২•৩০ বজাত ডিব্ৰুগড় ফুলবাগানৰ কংগ্ৰেছ ভৱনৰ সমীপত কংগ্ৰেছ দ’লৰ জিলা সভাপতি এটুৱা মুণ্ডা ডাঙৰীয়াৰ নেতৃত্বত মহামানৱ মহাত্মা গান্ধী মৃত্যুৰ লগত সংগতি ৰাখি এক মানৱ শৃংখল অভিযান আয়োজন হয়।
এই অনুষ্ঠানত ২০১৬ চনৰ সংশোধনী বিধেয়ক খনৰ তীব্ৰ বিৰোধীতা কৰি সৰ্বানন্দ সোনোৱাল¸ নৰেন্দ্ৰ মোডী গো বে’ক আৰু বিভিন্ন ধৰনৰ চৰকাৰ বিৰুধী শ্ল’গানেৰে ৰাজপথ কপাঁই তোলা পৰিলক্ষিত হোৱা দেখা যায়।