• নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে যোৰহাটৰ চিনামৰাত বৃহৎ জোৰ সমদল৷ সমদলৰ অন্তত যোৰহাট মৰিয়নি পথ অৱৰোধ কৰি জনতাই বিধেয়কৰ প্ৰতিলিপি দাহ কৰে৷