01
Jun
2017

চিলাপথাৰঃ চিলাপথাৰ থানাৰ অন্তগর্ত ডিমৌৰ শান্তিপুৰত আজি পুৱতি প্ৰায় ৪ বজাত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজডোখৰত এগৰাকী (৩২) মহিলাৰ মৃতদেহ উদ্বাৰ।
বতৰ্মান মহিলাগৰাকী চিনাক্ত কৰিব পৰা হোৱা নাই। ইপিনে মৃতদেহটো ঘন্টাৰ পাছত ঘন্টা ধৰি মুকলি আকাশৰ তলত পৰি থকাৰ পিছত ঘটনাস্থলীত চিলাপথাৰৰ আৰক্ষীয়ে মৃতদেহ কঢ়িওৱা বাহন চাৰি ঘন্টাৰ পাছত উপস্থিত হয়। আৰক্ষীক পথচাৰীৰ গৰিহণা।