বাঘবৰঃ বাঘবৰত চোৰাং সৰবৰাহ কৰা ২০৬ বেগ বিপিএলৰ চাউল জব্দ। মন্দিয়াৰ পৰা গোৱালপাৰালৈ নিয়াৰ জলপথত নাৱৰীয়া সহ চাউলখিনি জব্দ কৰে আৰক্ষীয়ে।

ধৃত জামাল উদ্দিন, মাজম আলী নামৰ দুজন সৰবৰাহকাৰী। দীৰ্ঘ দিনৰ পৰা চাউলৰ চোৰাং ব্যৱসায় চলি থকা স্বত্বেও আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।