মৰিয়নীঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজি যোৰহাটত গণ অধিকাৰ সংগ্ৰাম সমিতি, আটছাকে আদি কৰি ছয় সংগঠনে ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।

শুকুৰবাৰে মডেলিতি দাখিল কৰাৰ সময় উকলি যোৱাত আজি এই প্ৰতিবাদ সাব্যস্ত কৰে। জনজাতিকৰণৰ দাবী মানি নোলোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষুণ্ণ হৈ সোমবাৰে সংগঠন কেইটাই বাৰ ঘণ্টাৰ অসম বন্ধ ঘোষণা কৰিছে।