• অভয়াপুৰীত পুখুৰীত উদ্ধাৰ মৃতদেহ

• দেওহাটী-চেনীখোৱা গড়কাপ্তানি পথৰ সমীপত উদ্ধাৰ 

• মৃতদেহটো দেওহাটী ভাটিপাৰাৰ তৰুণ ৰায় বুলি চিনাক্ত

• কালি নিশাৰে পৰাই সন্ধানহীন হৈ আছিল লোকজন

• পুৱা স্থানীয় ৰাইজে পুখুৰীটোত প্ৰত্যক্ষ কৰে মৃতদেহটো

⇒ With Inputs from NNO Abhayapuri