20
Aug
2017

ৰঙিয়াঃ অসম যুৱ পৰিষদ আৰু অসম গণ পৰিষদ দলৰ এখন দলীয় সভা আজি কামৰূপ জিলাৰ ৰঙিয়া জয়ন্তীপুৰত অনুষ্ঠিত কৰা হয়৷
দলৰ সাংগঠনিক কাম-কাজ আৰু স্থিতি সম্পৰ্কে আয়োজিত সভাখনত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অৰ্ণৱ ভৰালী আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মাই দলীয় কাম-কাজ সম্পৰ্কে ভাষণ প্ৰদান কৰে৷
সভাত দুয়োটা দলৰ বহুকেইজন সক্ৰিয় কৰ্মকৰ্তা উপস্থিত থাকে৷