23
Aug
2017

শুক্লাইঃ দিছপুৰ কলেজৰ প্ৰৱক্তা তথা দৰং জিলাৰ পশ্চিম দৰঙৰ জয়পুৰ গাঁও নিবাসী প্ৰণয় শংকৰ নাথৰ মৃত্যু হয়৷
সাহিত্যিক, সমালোচক, নাট্যকাৰ নাথে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি দৰঙৰ ঘৰত আছিল যদিও আজি তেওঁৰ মৃত্যু হয়৷
তেওঁৰ মৃত্যুত দৰঙৰ দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে জিলাখনত শোকৰ ছাঁ পৰে।