
তেজপুৰঃ আজি তেজপুৰলৈ আহিব বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিজয় কুমাৰ সিং৷ ‘নয়া ভাৰত হম কৰকে ৰেহেংগে’ শীৰ্ষক তেজপুৰৰ নেহৰু ময়দানত আয়োজন কৰা হৈছে। এই বিশেষ কাৰ্যসূচীত ভাগ লব মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰীগৰাকীৰ আগমনত সু-সজ্জিত কৰি গঢ়ি তোলা হৈছে সাংস্কৃতিক নগৰী তেজপুৰ।