বৰপথাৰঃ গোলাঘাট জিলাত পুৱাৰ ভাগতে সংঘটিত হ’ল এক দুখজনক ঘটনা৷ গোলাঘাট জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত টেঙানী গাঁৱৰ সমীপৱৰ্তী ৰেলৱে লাইনত এগৰাকী মহিলা পুৱাভাগত ৰেলৰ আগত পৰি মৃত্যু হয়৷

মৃত মহিলাগৰাকী জুনমনি বুঢাগোঁহাই বুলি জানিব পৰা গৈছে৷