23
Sep
2017

দলংঘাটঃ বিশ্বজুৰি পালন কৰা বিশ্ব পৰ্যটন সপ্তাহ আজি দৰং জিলাৰ মঙলদৈৰ ইণ্ডাষ্ট্ৰি চকত থকা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰতো ধুম ধামেৰে পালন কৰে।
দৰং জিলাৰ প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ চেন্টাৰ মেনেজাৰ ইমটিয়াজ আহমেদে শুভাৰম্ভণি কৰা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে বৃক্ষ ৰোপণ কৰাৰ লগতে এক চাইকেল ৰেলী উলিয়ায়।
অনুষ্ঠানটোত কৌশল কেন্দ্ৰৰ প্ৰশিক্ষক সকলৰ লগতে ছাত্ৰ ছাত্ৰীয়ে অংশগ্রহণ কৰে।