29
Sep
2017

বৰপেটাঃ শুকুৰবাৰে বৰপেটা জিলাৰ চেঙা সত্ৰত উপস্থিত হয় ৰাজ্যৰ বিত্তীয় বিভাগৰ উপাধ্যক্ষ অনিল দাস, উদ্যোগিক বিভাগৰ উপাধ্যক্ষ জিতু তালুকদাৰ।
চেঙা সত্ৰত উপস্থিত হে জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ ভৰি ধুৱা ঘাট পৰিদৰ্শন কৰে তেওলোকে।
শ্ৰীমন্ত শংকৰদেৱৰ মহাপূৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ ৫৬৯তম জন্মোৎসৱ উপলক্ষে চেঙা সত্ৰত বন্তী প্ৰজ্বলনো কৰে বিত্তীয় বিভাগৰ উপাধ্যক্ষ অনিল দাস, উদ্যোগিক বিভাগৰ উপাধ্যক্ষ জিতু তালুকদাৰে। সত্ৰখনৰ উন্নয়ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে দলটোৱে। চেঙা ৰাজহ চক্ৰ বিষয়া ৰাজিৱ দাসে দলটোক সংগ দিয়ে।