18
Oct
2017

নগাঁওঃ নগাঁও জিলাৰ একাংশ দুষ্ট চক্ৰই বন বিভাগৰ অলক্ষিতে বালি, কাঠ আদিৰ চোৰাং সৰবৰাহ কৰি আহিছে৷ বনবিভাগৰ অনুমতি অবিহনে চোৰাং ভাৱে বালি সৰবৰাহ কৰা এখন ট্ৰাক লাওখোৱা বন বিভাগে জব্দ কৰে৷
বন বিভাগে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই এএছ-১৬এ-১৫৪৬ নম্বৰৰ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়৷