ফেল’বাৰীঃ অসম-অৰুণাচল সীমান্তৰ অৰুণাচলৰ চা‌ংলাং জিলাত সেনাই অভিযান চলাই বিদ্ৰোহী সংগঠন NSCN(k)ৰ সৈতে জড়িত থকাৰ সন্দেহত এগৰাকী যুৱকক আটক কৰে৷ 

চা‌ংলাং জিলাৰ লালপাহাৰত আছাম ৰাইফলছৰ দাও ৰেজিমেন্টে ৪জাই সজীৱ গুলী আৰু এটা পইন্ট ২২ এম এম পিষ্টল সহ আটক কৰে লিমহাম জুগ্লীনামৰ যুৱকজনক৷

তিনিচুকীয়া পাহাৰপূৰ গাঁৱৰ লিমহাম জুগ্লীক সংগঠনটোৰ সৈতে জৰিত থকাৰ সন্দেহ কৰে সেনাই।