ওৰাংঃ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাৰ বাবে বুধবাৰে ওৰাঙত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকলে ওৰাং চাৰিআলিত চৌদিশে বন্তি প্ৰজ্বলন কৰি আতচবাজী ফুটাই উল্লাস প্ৰদৰ্শন কৰে।