• থিতাতে নিহত দুজন আহত হয় দহজন।
  • ভালুকপুঙৰ পৰা বনভোজ খাই উভতি অহাৰ পথত AS12AC6073 বলেৰ পিক-আপ ট্ৰাক নিয়ন্ত্ৰন হেৰুৱাই বাগৰি পৰাত সংঘটিত হয়
  • বনভোজৰ দলতো  ৰঙাপৰাৰ চেচাচাহ বাগিচাৰ পৰা ভালুকপুঙলৈ বনভোজ খাবলৈ গৈছিল।
  • নিহত এজনৰ নাম ফিলিপ লহাৰ বুলি জানিব পৰা গৈছে আনজনৰ নাম মানুৱেল প্ৰজা