16
Dec
2018

তেজপুৰঃ নিৰ্বাচনৰ ব্যস্ততাৰ পিচত ৰাজ্যখনলৈ আহিল বনভোজৰ বতৰ৷ মুকলি প্ৰাকৃতিক পৰিৱেশত আনন্দ ফূৰ্তিৰে লগে-ভাগে এখাজ খাবলৈ এতিয়া তেজপুৰৰ ওচৰৰ ভিন্ন প্ৰান্ততৰ পৰা বনভোজৰ দলে আহি ভিৰ কৰিছে তেজপুৰৰ গণেশ ঘাটত ৷ উৎসৱ মুখৰ পৰিবেশ তেজপুৰৰ গণেশ ঘাট । একেলগে এসাজ খোৱাৰ উদ্দেশ্যে ভিৰ কৰিছেহি বনভোজৰ দলে ৷